ফোল্ডাৰবোৰ এনে
এক বস্তু য'ত ফাইল থাকিব
পাৰে। আপুনি ফাইলবোৰ একেলগে গোট কৰিবলৈ ফ'ল্ডাৰত ৰাখিব পাৰে, যাৰ ফলত সেইবোৰ
বিচাৰি পোৱা সহজ হয়। এটা ফ'ল্ডাৰ ক হালধীয়া
ফ'ল্ডাৰ আইকনৰ দ্বাৰা প্ৰতিনিধিত্ব
কৰা হয়।
আমাৰ কম্পিউটাৰত থকা তথ্যবোৰ সুৰক্ষিত কৰি ৰাখিবলৈ আমি কম্পিউটাৰত Log in Password লগাই ৰাখো। কিন্তু কম্পিউটাৰত Folder বোৰতও password লগোৱাতো অতি প্ৰয়োজন। কম্পিউটাৰ On হৈ থাকিলে যিকোনো ব্যক্তিয়ে অতি সহজে Folder বোৰ খুলিব পাৰিব আৰু তাত থকা তথ্যবোৰ চাব পাৰিব।
কম্পিউটাৰত থকা যিকোনো Folder আমি Password লগাই সুৰক্ষিত কৰি ৰাখিব পাৰো। এই লিখনিত মই আপোনালোকক অতি সহজ প্ৰক্ৰিয়াৰে
কোনো 3rd Party চফ্টৱেৰ ব্যৱহাৰ
নকৰাকৈ Folder ত Password লগোৱা শিকাম।
Folder এটাত password লগোৱাৰ
বাবে প্ৰয়োজন হোৱা প্ৰক্ৰিয়াবোৰ
তলত উল্লেখ কৰা হ’ল:
১) প্ৰথমতে Desktop ত এটা Folder বনাই ল’ব।
আশা কৰিছো আপোনালোকে Folder বনাব জানে। যদি নাজানে
তেন্তে তলৰ link টোত ক্লিক কৰি চাই লব।
২) এতিয়া Folder টো খুলি লব আৰু খালী ঠাইত Right Click কৰিব। তাৰ পিছত New ত Click কৰিব আৰু Pop-Up মেনুখনত থকা Text Document ত Click কৰিব। অৱশেষত Keyboard ৰ পৰা Enter মাৰিব।
ওপৰৰ চিত্ৰত দেখুৱাৰ দৰে এটা file তৈয়াৰ
হৈ যাব।
৩) আপুনি বনোৱা File টোত Double Click কৰি খুলি লব। এতিয়া তলত দিয়া Code খিনি Copy কৰিব আৰু File টোৰ ভিতৰত Paste কৰি দিব।
cls
@ECHO OFF
title Folder Private
if EXIST "Control Panel.{21EC2020-3AEA-1069-A2DD-08002B30309D}" goto UNLOCK
if NOT EXIST Private goto MDLOCKER
:CONFIRM
echo Are you sure you want to lock the folder(Y/N)
set/p "cho=>"
if %cho%==Y goto LOCK
if %cho%==y goto LOCK
if %cho%==n goto END
if %cho%==N goto END
echo Invalid choice.
goto CONFIRM
:LOCK
ren Private "Control Panel.{21EC2020-3AEA-1069-A2DD-08002B30309D}"
attrib +h +s "Control Panel.{21EC2020-3AEA-1069-A2DD-08002B30309D}"
echo Folder locked
@ECHO OFF
title Folder Private
if EXIST "Control Panel.{21EC2020-3AEA-1069-A2DD-08002B30309D}" goto UNLOCK
if NOT EXIST Private goto MDLOCKER
:CONFIRM
echo Are you sure you want to lock the folder(Y/N)
set/p "cho=>"
if %cho%==Y goto LOCK
if %cho%==y goto LOCK
if %cho%==n goto END
if %cho%==N goto END
echo Invalid choice.
goto CONFIRM
:LOCK
ren Private "Control Panel.{21EC2020-3AEA-1069-A2DD-08002B30309D}"
attrib +h +s "Control Panel.{21EC2020-3AEA-1069-A2DD-08002B30309D}"
echo Folder locked
goto End
:UNLOCK
echo Enter password to unlock folder
set/p "pass=>"
if NOT %pass%== PASSWORD_GOES_HERE goto FAIL
attrib -h -s "Control Panel.{21EC2020-3AEA-1069-A2DD-08002B30309D}"
ren "Control Panel.{21EC2020-3AEA-1069-A2DD-08002B30309D}" Private
echo Folder Unlocked successfully
goto End
:FAIL
echo Invalid password
goto end
:MDLOCKER
md Private
echo Private created successfully
goto End
:End
:UNLOCK
echo Enter password to unlock folder
set/p "pass=>"
if NOT %pass%== PASSWORD_GOES_HERE goto FAIL
attrib -h -s "Control Panel.{21EC2020-3AEA-1069-A2DD-08002B30309D}"
ren "Control Panel.{21EC2020-3AEA-1069-A2DD-08002B30309D}" Private
echo Folder Unlocked successfully
goto End
:FAIL
echo Invalid password
goto end
:MDLOCKER
md Private
echo Private created successfully
goto End
:End
(Copy আৰু Paste কেনেকৈ কৰে জানিবলৈ তলৰ Link টোত Click কৰক)
৪) ওপৰৰ code খিনিত থকা PASSWORD_GOES_HERE লিখনি খিনি কাটি দিব আৰু আপুনি দিব
বিচৰা Password টো টাইপ কৰি দিব।
৫) এতিয়া File Menu ত Click কৰিব আৰু তাৰ পিছত Save As ত Click কৰিব।
মনত ৰাখিব:
(ক) File ৰ নামটো দিওঁতে তাৰ পিছত .bat বুলি লিখিব লাগিব।
(খ) Save as type টো All Files (*.*) কৰি লব।
৬) এতিয়া Save ত click কৰিব আৰু আপুনি সাজি উলিওৱা File টো তলত দিয়া ধৰণৰ দেখা যাব।
(আগতে সাজি উলিওৱা New Text Document নামৰ File টো delete কৰি দিব পাৰে)
৭) এতিয়া .bat file টোৰ ওপৰত Double Click কৰিব। লগে লগে
তাত এটা Private নামৰ folder create হৈ যাব।
এই folder টো খুলি ল’ব আৰু তাৰ ভিতৰত আপুনি সুৰক্ষিত কৰিব বিচৰা file বোৰ থৈ দিব।
৮) এতিয়া আকৌ এবাৰ .bat file টোৰ ওপৰত double click কৰি দিব। এখন MS DOS উইণ্ডো খুল খাব।
ইয়াত y টাইপ
কৰি কীবৰ্ডৰ পৰা Enter প্ৰেচ কৰিব। লগে লগে Private নামৰ folder টো তাৰ পৰা নোহোৱা হৈ যাব। ভয় নাখাব folder টো delete হোৱা নাই।
ইয়াত আপুনি দিয়া password টো টাইপ কৰিলেই Lock কৰি থোৱা Private নামৰ folder টো খুল খাব।
আপোনাৰ কাৰ্য্য
সম্পূৰ্ণ হ’ল...
সাৱধান!
Password
টো দিওঁতে সতৰ্ক
থাকিব। আপুনি দিয়া Password টো গোপনে ৰাখিব
আৰু পাহৰি নাজাব।
ওপৰত উল্লেখ কৰা
তথ্যখিনিত যদি কিবা ভূলভ্ৰান্তি থাকি গ’ল তেন্তে আপোনোলোকে মোক আঙুলিয়াই
দিব। তথ্যখিনি পঢ়ি কেনে পালে অনুগ্ৰহ কৰি মোক Comment কৰি জনাব।
Casino in Asia - Online casino - 온라인 블랙 잭 1XBET 1XBET gioco digitale gioco digitale 311Soccer Prediction 2021: Get the best soccer predictions on the internet
ReplyDelete